

Description
ROY ACADEMY — ADRE 3.0 LIVE + RECORDED COURSE
-
🎥 Complete recorded syllabus from Day 1: Access recorded lessons covering the complete course syllabus immediately after joining.
-
🔴 5 live classes every week: Regular live sessions will continue alongside your recorded lessons.
-
🗓️ Live syllabus completion: 1 year. The syllabus taught through live classes will take one year to complete. You can study ahead using recorded lessons.
-
📚 Subjects covered: GK, GS, Maths, Reasoning and English.
-
▶️ Recorded-only lessons: English classes and selected GK/GS lessons will be provided only in recorded format.
-
🎯 Exam-focused content: This course does not follow the UPSC syllabus. Our teachers will select topics best suited to your ADRE 3.0 preparation.
-
⏳ 1-year course validity: Learn, practise and revise at your own pace during your access period.
-
💻 Computer Skill Test preparation included.
-
📝 Practice Question PDFs already provided in our Free eBooks section.
-
📱 PDFs are available for in-app viewing.
-
📞 For enquiries and support:
8822436293 / 9854246641 / 9957091804 -
ৰয় একাডেমী — ADRE 3.0 লাইভ + ৰেকৰ্ডেড কোৰ্চ
-
🎥 প্ৰথম দিনৰ পৰাই সম্পূৰ্ণ পাঠ্যক্ৰমৰ ৰেকৰ্ডেড ক্লাছ: কোৰ্চত যোগদান কৰাৰ লগে লগে সম্পূৰ্ণ পাঠ্যক্ৰমৰ ৰেকৰ্ডেড ক্লাছ চাব পাৰিব।
-
🔴 প্ৰতি সপ্তাহত ৫টা লাইভ ক্লাছ: ৰেকৰ্ডেড ক্লাছৰ লগতে নিয়মীয়াকৈ লাইভ ক্লাছ চলি থাকিব।
-
🗓️ লাইভ ক্লাছৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ ১ বছৰ সময় লাগিব। ৰেকৰ্ডেড ক্লাছৰ সহায়ত আপুনি আগতীয়াকৈ পঢ়িব পাৰিব।
-
📚 বিষয়সমূহ: GK, GS, গণিত, ৰিজনিং আৰু ইংৰাজী।
-
▶️ কেৱল ৰেকৰ্ডেড ৰূপত দিয়া ক্লাছ: ইংৰাজীৰ সকলো ক্লাছ আৰু GK/GS-ৰ কিছুমান বাছনি কৰা ক্লাছ কেৱল ৰেকৰ্ডেড ৰূপত দিয়া হ’ব।
-
🎯 পৰীক্ষাৰ বাবে উপযোগী বিষয়: এই কোৰ্চত UPSC-ৰ পাঠ্যক্ৰম অনুসৰণ কৰা নহয়। ADRE 3.0 পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উপযোগী বিষয়সমূহ আমাৰ শিক্ষকসকলে বাছনি কৰিব।
-
⏳ কোৰ্চৰ বৈধতা ১ বছৰ: এই সময়ছোৱাত নিজৰ সুবিধা অনুসৰি পঢ়িব, অনুশীলন কৰিব আৰু ৰিভিজন কৰিব পাৰিব।
-
💻 কম্পিউটাৰ স্কিল টেষ্টৰ প্ৰস্তুতিও অন্তৰ্ভুক্ত।
-
📝 অনুশীলনৰ প্ৰশ্নৰ PDF ইতিমধ্যে আমাৰ Free eBooks শিতানত দিয়া আছে।
-
📱 PDF-সমূহ এপৰ ভিতৰত চাব পাৰিব।
-
📞 যোগাযোগ আৰু সহায়ৰ বাবে:
8822436293 / 9854246641 / 9957091804
Content


Live + Recorded New
Folder
Demo
ADRE 3.0 PHOENIX MASTER LIVE+RECORDED COURSE
Or pick one below
₹700 off
